PROGRAMME OUTCOMES(POs) : ASSAMESE

1. অসমীয়া বিভাগে অসমীয়া ভাষা-সাহিত্যৰ চহকী আৰু বৈচিত্ৰ্যপূৰ্ণ সম্ভাৰ আৰু পৰম্পৰাৰ লগতে ৰাজ্যৰ সংস্কৃতি আৰু লোককথাক ছাত্ৰ-ছাত্ৰীৰ মাজত উন্মোচন কৰিবলৈ চেষ্টা কৰে।

2. ছাত্ৰ-ছাত্ৰীসকলে অসমীয়া ভাষা-সাহিত্য আৰু ইয়াৰ উৎপত্তি আৰু বিকাশৰ জ্ঞান লাভ কৰিব পাৰে।

3. ছাত্ৰ-ছাত্ৰীসকলে পাঠ্যক্ৰমৰ জৰিয়তে নিজৰ লিখন আৰু কথন দক্ষতা বৃদ্ধি কৰিব পাৰে।

4. তুলনামূলক অধ্যয়নৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে বিশ্ব সাহিত্যৰ জ্ঞান লাভ কৰিব পাৰে।

5. ছাত্ৰ-ছাত্ৰীসকলে অসমীয়া ভাষা, সাহিত্য-সংস্কৃতি আৰু বৰ্তমান সময়ত ইয়াৰ গুৰুত্ব আৰু প্ৰভাৱৰ কৰিব পাৰে।